নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ISBT-ত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

  • গুৱাহাটীৰ ISBT-ত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।
  • পশ্চিম সংমণ্ডলৰ এচিপি নীলোৎপল শইকীয়াৰ নেতৃত্বত গড়চুক আৰক্ষী আৰু SOG টীমৰ সহযোগত  উদ্ধাৰ বৃহৎ পৰিমাণৰ  জব্দকৃত গাঞ্জাখিনি ।
  • লামডিঙৰ পৰা শিলিগুড়িলৈ বাছেৰে সৰবৰাহ কৰি থকা সময়তে আৰক্ষীৰ জালত পৰে  বিহাৰৰ এজন যুৱক।
  • যুৱকজনৰ নাম শুভম কুমাৰ।
  • ট্ৰলী বেগত লৈ আহিছিল গাঞ্জাখিনি।
  • ওজন প্ৰায় ওঠৰ কেজি  লগতে বজাৰ মূল্য প্রায় পাছৰ পৰা দহ লক্ষাধিক টকা।

ডিজিটেল ডেস্ক, ২১ মাৰ্চ

You might also like