আজি ১৭ মে’, জেঠ মাহৰ ২ তাৰিখ
দেওবাৰ : তিথি–শুক্লা প্রতিপদ, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : নাই
মেষ : আজি মামলা–মোকর্দমাত জয়লাভ কৰিব৷ মানসিক শান্তি বজাই ৰাখিব৷ শৈশৱৰ স্মৃতি ৰোমন্থন৷ ভ্রমণত শুভ৷ বিদ্যাত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা– ২৷
বৃষঃ আজি কর্মস্থানত ব্যস্ততা বৃদ্ধি পাব৷ দূৰ ভ্রমণ নকৰিব৷ বন্বুূবর্গৰ পৰা সাৱধান৷ নিবনুৱাসকলৰ কর্ম প্রাপ্তিত বাধা৷ প্রেমত সন্দেহ৷ শুভ ৰং মেৰুন, শুভ সংখ্যা– ৬৷
মিথুনঃ আজি কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ সা–সপত্তি লাভ কৰিব পাৰে৷ পাৰিবাৰিক মধ্যম৷ বিদ্যাত শুভ৷ বন্বুূবর্গৰ পৰা উপকৃত হ’ব৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং নীলা, শুভ সংখ্যা– ৮৷
কর্কটঃ আজি প্রভাৱশালী লোকৰ সহযোগিতা পাব৷ দুঃসাহসী কামত আনৰ পৰা উৎসাহ পাব৷ কর্মস্থানত নিজৰ স্থিতি বজাই ৰাখক৷ ব্যৱসায়ত বাধা৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা– ২৷
সিংহঃ আজি কর্মস্থানত উন্নতি৷ আর্থিক দিশত চিন্তা থাকিব৷ স্বাস্থ্য মধ্যম৷ চলা–ফুৰাত সতর্ক থাকিব৷ প্রেমত উৎসাহ৷ বিদ্যাত মধ্যম ফল৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা– ৪৷
তুলাঃ আজি কর্মত বিচক্ষণতা প্রকাশ পাব৷ জুইৰ পৰা সাৱধান৷ বিদ্যাত সমস্যা৷ ব্যৱসায়ত আশা কৰা মতে ফল পাব৷ শৰীৰৰ শুভ৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা– ৮৷
কন্যাঃ আজি কর্মক্ষেত্রত সচেতন হওক৷ নিষ্ঠা আৰু সততা বৃদ্ধি৷ অর্থ লাভৰ যোগ৷ব্যৱসায়–বাণিজ্যত উন্নতি বৃদ্ধিৰ যোগ৷ বিদ্যাত বাধা৷ প্রেমত সাৱধান৷ শুভ ৰং ক্রীম, শুভ সংখ্যা– ৩৷
বৃশ্চিকঃ আজি অবাবত ধন খৰচ হ’ব পাৰে৷ স্বাস্থ্য কিছু দুর্বল থাকিব৷ নিচাজাতীয় দ্রব্য সেৱন নকৰিব৷ কর্মস্থানত মধ্যম ফল৷ বিদ্যাত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা– ১৷
ধনুঃ আজি কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ ব্যৱসায়ত খৰচ বৃদ্ধি পাব৷ আত্ম–হংকাৰ বৃদ্ধি পাব৷ ভ্রমণত কষ্ট৷ বিদ্যাত মধ্যম৷ প্রেমত সন্দেহ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা– ৭৷
মকৰঃ আজি কর্মত ব্যস্ততা বৃদ্ধি পাব৷ ব্যৱসায়ী, ৰাজনৈতিক ক্ষেত্রত জড়িত লোকৰ সা–সন্মান বৃদ্ধি৷ আপোনাৰ সৰলতাৰ আনে সুযোগ ল’ব পাৰে৷ প্রেমত আনন্দ৷ শুভ ৰং ক’লা, শুভ সংখ্যা– ৫৷
কুম্ভঃ আজি হঠাৎ অর্থ লাভে আনন্দিত কৰিব৷ স্বাস্থ্যৰ প্রতি যত্ন লওক৷ কর্মত উন্নতি৷ ব্যৱসায়–বাণিজ্যত উন্নতি৷ মূল্যৱান সম্পদ প্রাপ্তিৰ যোগ৷ প্রেমত কষ্ট৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা– ৯৷
মীনঃ আজি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব৷ ভ্রমণত মধ্যম৷ কোনো অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব৷ যান–বাহন ক্রয় কৰিব পাৰিব৷ শুভ ৰং কমলা, শুভ সংখ্যা– ১৷