অৱশেষত অসম মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হল। চমক সৃষ্টিৰে ড০ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিলে। মুখ্যমন্ত্ৰী নিজৰ ভাগত গৃহ আৰু ৰাজনৈতিক বিভাগ, লোক নিৰ্মাণ বিভাগ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ), লোক নিৰ্মাণ বিভাগ (পথ), শক্তি বিভাগ, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু ষ্টেচনেৰী আৰু আন কোনো মন্ত্ৰীক আবণ্টন নকৰা অন্যান্য বিভাগ ৰাখিছে। বিপৰীতে এইবাৰ জয়ন্ত মল্ল বৰুৱাক এইবাৰ প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ বিত্ত বিভাগ।
ড° হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী
- গৃহ আৰু ৰাজনৈতিক বিভাগ
- লোক নিৰ্মাণ বিভাগ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ)
- লোক নিৰ্মাণ বিভাগ (পথ)
- শক্তি বিভাগ
- তথ্য, জনসংযোগ, মুদ্ৰণ আৰু ষ্টেচনেৰী
- আন কোনো মন্ত্ৰীক আবণ্টন নকৰা অন্যান্য বিভাগ
অশ্বিনী ৰায় সৰকাৰ
- সমাজ ন্যায় আৰু সবলীকৰণ
- মাটি সংৰক্ষণ
- সংখ্যালঘু কল্যাণ আৰু উন্নয়ন
অশোক সিংঘল
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ
- চিকিৎসা শিক্ষা আৰু গৱেষণা
বিমল বৰা
- সাংস্কৃতিক পৰিক্ৰমা
- উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান
- এক্ট ইষ্ট নীতি বিষয়ক পৰিক্ৰমা
বিশ্বজিৎ দৈমাৰী
- হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম উদ্যোগ
- ক্ৰীড়া আৰু যুৱ কল্যাণ
- দক্ষতা, নিযুক্তি আৰু উদ্যোগিতা
- খিলঞ্জীয়া আৰু জনজাতীয় ধৰ্ম আৰু সংস্কৃতি
জয়ন্ত মল্ল বৰুৱা
- বিত্ত বিভাগ
- পৰিৱেশ আৰু বন
- খনি আৰু খনিজ সম্পদ
কৌশিক ৰায়
- খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা
- গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা
- সমবায়
কেশৱ মহন্ত
- ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা
- বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন
- সাধাৰণ প্ৰশাসন
কৃষ্ণেন্দু পাল
- জনস্বাস্থ্য কাৰিকৰী
- পাহাৰীয়া অঞ্চল উন্নয়ন
- বৰাক উপত্যকা উন্নয়ন
নীলিমা দেৱী
- পশুপালন আৰু পশু চিকিৎসা
- মীন পালন
পীযূষ হাজৰিকা
- কৃষি
- জলসিঞ্চন
- সংসদীয় পৰিক্ৰমা
ড° ৰণোজ পেগু
- বিদ্যালয় শিক্ষা
- উচ্চ শিক্ষা
- জনজাতীয় পৰিক্ৰমা (সমতল)
- তথ্য প্ৰযুক্তি
সুশান্ত বৰগোহাঁই
- জলসম্পদ
- ন্যায় বিভাগ
ডিজিটেল ডেস্ক, ৮ জুন