নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত যুৱক

🔹 নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

🔹 ৰুক্মিণীগাঁৱৰ উৰণ সেতুৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা।

🔹 ৰৈ থকা এখন GMCৰ বাহনত খুন্দা এগৰাকী বাইক আৰোহীৰ।

🔹 থিতাতে নিহত হয় বাইক আৰোহীজন।

🔹 মৃত যুৱকজন ২৬ বছৰীয়া দিব্যাংশু আগৰৱাল।

🔹 দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS-01-GT8200

ডিজিটেল ডেস্ক, ৪ জুলাই :

You might also like