ৰঙিয়াৰ স্বস্তি হাস্পতালত উত্তপ্ত পৰিস্থিতি
- ৰঙিয়াৰ স্বস্তি হাস্পতালত উত্তপ্ত পৰিস্থিতি।
- অস্ত্ৰোপচাৰ কৰাৰ পাছতে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ।
- ২নং নকুলৰ ভবানী কলিতা নামৰ মহিলাৰ মৃত্যুৰ পাছতে তীব্ৰ উত্তেজনা চিকিৎসালয়খনত।
- মূল প্ৰৱেশ দুৱাৰত বন্ধ কৰি দিয়ে একাংশ উত্তেজিত লোকে।
- মৃতদেহ লৈ পৰিয়ালৰ লগতে একাংশ লোক সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ।
- ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল।
ডিজিটেল ডেস্ক, ৮ জুলাই