নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা অসমত বিক্ৰী সুৰা

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ চৰকাৰৰ পৰা অনুমোদন লাভ কৰি আজিৰে পৰা অসমত সুৰা বিক্ৰী কৰা হৈছে। পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সুৰা বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰিছে চৰকাৰে। চৰকাৰে সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত কম সংখ্যক কৰ্মচাৰী তথা সামাজিক দূৰত্ব বজাই ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশকে পালন কৰি আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰকে ধৰি ৰাজ্য বিভিন্ন স্থানত দেখা পোৱা গ’ল সুৰাপায়ী সকলৰ ভিৰ। অৱশ্যে ৰাইজে সুৰা ক্ৰয় কৰিবলৈ আহোতে সামাজিক দূৰত্ব পালন কৰা দেখা গৈছে।

You might also like