নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত মাদ্ৰাছাৰ শিক্ষকৰ বিৰুদ্ধে ৰাজপথত পুৰুষ-মহিলা

  • যোগীঘোপাত উত্তপ্ত পৰিস্থিতি।
  • যোগীঘোপাৰ মালেগড়ত ছোৱালী মাদ্ৰাছাত তীব্ৰ উত্তেজনা।
  • মাদ্ৰাছাৰ শিক্ষকৰ বিৰুদ্ধে ওলাই আহিল শ শ পুৰুষ মহিলা।
  • ক্ষোভিত ৰাইজে লণ্ডভণ্ড কৰিলে মাদ্ৰাছাৰ সামগ্ৰী।
  • যোগীঘোপাৰ মালেগড়ত ইশ্বাআতুল উলুম মাদ্ৰাছাতুল বানাতত সংঘটিত হয় এই ঘটনা।
  • মাদ্ৰাছাৰ শিক্ষক তথা মৌলবী আমিনুল ইছলামে মাদ্ৰাছাৰ ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ।
  • লেংটিচিঙাৰ বাসিন্দা তথা মাদ্ৰাছাখনৰ মৌলবী আমিনুল ইছলামে দীৰ্ঘদিন ধৰি ছাত্ৰীক আতিশয্য চলোই আহিছিল।
  • ইয়াকে লৈ ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ।
  • মাদ্ৰাছাখনত স্থানীয় ৰাইজ উপস্থিত হৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে।
  • ক্ষোভিত ৰাইজে লণ্ডভণ্ড কৰে মাদ্ৰাছাখনৰ সা- সামগ্ৰীৰ লগতে আচবাব।
  • ঘটনাস্থলীত উপস্থিত যোগীঘোপা আৰক্ষী আৰু শীৰ্ষ আৰক্ষী বিষয়া।

ডিজিটেল ডেস্ক, ১৫ জুলাই

You might also like