নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ দেশত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১০,৮১৫ জনলৈ বৃদ্ধি পাইছে । দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শেহতীয়াকৈ জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত ১৪৬৩ জন লোক ক’ৰোনাত নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ২৯ জন লোকৰ মৃত্যু ঘটিছে ।
উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ এনে জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পুনৰ লকডাউনৰ সীমা অহা ৩ মে’ পৰ্যন্ত বৃদ্ধি কৰিছে ।
29 deaths and 1463 new cases reported in last 24 hours, the sharpest ever increase in cases. India’s total number of #Coronavirus positive cases rises to 10,815 (including 9272 active cases, 1190 cured/discharged/migrated and 353 deaths): Ministry of Health and Family Welfare pic.twitter.com/cWIKnY6Aw8
— ANI (@ANI) April 14, 2020