নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ভাৰতীয় নৌসেনাত ক’ৰোনা । মাৰাত্মক ক’ৰোনাত আক্ৰান্ত হৈছে ভাৰতীয় নৌসেনা বাহিনীৰ ২১ জনকৈ সৈনিক । বৰ্তমান মুম্বাইৰ INS অংগেৰত থকা ২১ নাৱিকক কোৱাৰেণ্টাইন কৰা হৈছে ।
All primary contacts (though asymptomatic) were tested for #COVID19. The entire inliving block was immediately put under quarantine, containment zone & INS Angre under lockdown. Action being taken as per established protocol. No cases of infection onboard ships & submarines: Navy https://t.co/RX0BnbJAw1
— ANI (@ANI) April 18, 2020