নিয়মীয়া বাৰ্তা, ২৫ এপ্রিলঃ এছ বি আই লাইফ ইন্সুৰেঞ্চে শুকুৰবাৰে মুকলি কৰিলে এক আৱেগপূর্ণ গান ‘উই কেন, উই উইল’– যিয়ে ক’ভিড–১৯ৰ বিৰুদ্ধে দেশবাসীৰ সামগ্রিক একতাৰ শক্তিক প্রতিফলিত কৰিছে ৷ বর্তমানৰ প্রত্যাহ্বানপূর্ণ সময়ত এই গানে দেশবাসীক একগোট হৈ থাকিবলৈ উৎসাহিত কৰিব৷ এই গানৰ ভিডি’টো দেশৰ ভিন্ন প্রান্তৰ ২৭গৰাকী টেলিভিছন তাৰকাক লৈ প্রস্তুত কৰিছে ‘মাইণ্ডশ্বেয়াৰে’ ৷ দর্শকসকলে www.sbilife.co.in/ We Can We Will মাইক্র’ছাইটত গৈ ‘উই কেন, উই উইল’ গানটোত লিপ্ছিংক কৰি নিজাকৈ ভিডিঅ’ প্রস্তুত কৰিব পাৰিব৷ ইয়াৰ জৰিয়তে বর্তমানৰ প্রত্যাহ্বানপূর্ণ সময়ত সকলোৱে একগোট হৈ থকাৰ বার্তা প্রেৰণ কৰিবলৈ সক্ষম হ’ব ৷
Unity is humanity’s biggest strength. Here’s presenting an anthem of hope that will bind us together & give us the strength to brave the #COVID19 crisis, the world finds itself in. Because, no matter what the odds #WeCanWeWill protect India together. https://t.co/n4d5zzCpXJ pic.twitter.com/MsuxVO669B
— SBI Life Insurance (@SBILife) April 13, 2020