ৰাজহুৱা স্থানত মাস্ক ব্যৱহাৰ নকৰিলে ৫০০ টকা জৰিমণাঃ পীয়ুষ হাজৰিকা
নিয়মীয়া বাৰ্তা ৬ মেঃ অসম এখন অতি শীঘ্ৰেই নতুন আইন প্ৰণয়ন কৰা হ’ব। যদি ৰাজহুৱা স্থানত মাস্ক ব্যৱহাৰ নকৰে তেতিয়া ৫০০ টকা জৰিমণা ভৰিব লাগিব। এই কথা আজি জনালে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই।
আজি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে স্বাস্থ্য বিভাগে এখন এনেকুৱা আইন তৈয়াৰ কৰিব যদি ৰাজহুৱা স্থানত মাস্ক ব্যৱহাৰ নকৰে তেতিয়া ৫০০ টকা জৰিমণা বিহা হ’ব।