CABৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ প্ৰতিক্ৰিয়া
- শীতকালীন অধিবেশনত দুদিনতে সংসদত গৃহীত হ’ব CAB।
- CAB আহিব বুলি অমিত শ্ৱাহে গুৱাহাটীতেই ঘোষণা কৰিছিল।
- পুৰণা খচৰাৰ সৈতে একে নহয় নতুন খচৰা।
- উত্তৰ-পূৱৰ স্ৱকীয়তা ৰক্ষাৰ প্ৰচেষ্টা কৰা হ’ব।
- CAB খন মাত্ৰ ৪-৫ লাখৰ লোকৰ মাত্ৰ সমস্যা।
- এই সমস্যা দূৰ হলেই অসম প্ৰগতিৰ পথত আগবাঢ়িব।