দেৰগাঁওঃ দেওবাৰে দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল চাৰিচকীয়া বাহন। দুৰ্ঘটনাটোত আহত হয় ৫জনকৈ লোক। আহত এজনৰ অৱস্থা সংকটজনক। আহত আটাইকে ভৰ্তি কৰোৱা হৈছে যোৰহাট অসামৰিক চিকিৎলয়ত ।
You might also like