গুৱাহাটীঃ মহানগৰীৰ বেলতলাত বিধ্ৱংসী অগ্নিকাণ্ড। বেলতলাৰ ত্ৰিপুৰা গলিত সংঘটিত হয় এই অগ্নিকাণ্ড। এটা ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। বৰ্তমানলৈ জানিব পৰা নাই অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ।
You might also like