নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ ৩জন ৰোগীৰ মৃত্যু। GMCHত ICUত চিকিৎসাধীন হৈ আছিল তিনিওগৰাকী লোক। মৃত গুৱাহাটীৰ নিলাক্ষী সিং, অৰ্জুন কুমাৰ অজিত সৰিয়া, আৰু সুভাৱতী দেৱী মৌৰ্য। আটাইকেইগৰাকীৰ মৃত্যুত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোকপ্ৰকাশ।সংকটজনক অবস্থাত আটাইকে ভৰ্তি কৰোৱা হৈছিল GMCH।
Very sad to inform that 3 #COVID19 + patients – Smt Nilakshi Sing (40) of Guwahati; Mr Arjun Kumar AjitSaria (63) of Nagaon & Mrs Subhawati Devi Maurya (55) of Guwahati admitted in GMCH Covid ICU succumbed to their critical infections between 11.30 pm and 2 am.
Condolences.
— Himanta Biswa Sarma (@himantabiswa) July 12, 2020