নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ নতুন ভাইৰাছ টীক বৰ্ণ.. এতিয়া লৈকে ৭ জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ ক’ৰোনা ভাইৰাছৰ সন্ত্ৰাস চলি থাকোতেই চীনৰ পৰা আকৌ আহিছে এক ভয়ংকৰ খবৰ। চীনৰ সংবাদ গ্লৱেল টাইমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চীনত এক নতুন ভাইৰাছে দেখা দিছে। এই ভাইৰাছটোৰ নাম টীক বৰ্ণ(tick borne)।

টীক বৰ্ণৰ সংক্ৰমণৰ ফলত চীনত এতিয়ালৈকে ৭ জন লোকৰ মৃত্যু হৈছে। আৰু ৬০ জনলৈ বিয়পিছে। ক’ৰোনা ভাইৰাছৰ দৰে টীক বৰ্ণ এজনৰ দেহৰ পৰা আন এজন দেহলৈ বিয়পে।

জ্বৰ, শৰীৰৰ দুৰ্বল হোৱা, মাংস পেক্ষীৰ বিষ, কাঁহৰ টীক বৰ্ণ ভাইৰাছৰ লক্ষণ। ক’ৰোনাৰ দৰে যদি এই ভাইাৰাছটো যদি সমগ্ৰ বিশ্বলৈ বিয়পে তেতিয়া সমগ্ৰ মানৱ জাতিৰ বাবে বিপদ অনিবাৰ্য।

You might also like