নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: ক’ৰোনা মহামাৰীৰ সংহাৰৰ সময়তে ছ’চিয়েল মিডিয়াত দৈনিক বহু খবৰ ভাইৰেল হৈ পৰিছে । হোৱাটছএপত কিছু দিনৰ পৰা এটা মেছেজ অধিক ভাইৰেল হৈ আছে, য’ত কোৱা হৈছে যে চহৰৰ পৰা ১৫ কিলোমিটাৰ ব্যাসার্ধত হেলমেট পিন্ধাটো জৰুৰী নহয় !
এই খবৰৰ যেতিয়া তদন্ত চলিল তেন্তে জানিব পৰা গ’ল যে এই খবৰ সম্পূৰ্ণ অসত্য । প্ৰেছ ইনফৰমেশ্যন ব্যুৰো চমুকৈ পিআইবিয়ে এই খবৰ সম্পূৰ্ণ মিছা বুলি জনায় । ইয়াৰ লগতে সকলোকে হেলমেট পিন্ধিবলৈ আহ্বানো জনায় ।
दावा : व्हाट्सप्प पर वायरल एक मैसेज में यह दावा किया जा रहा है की शहर से 15 किलोमीटर के दायरे के अंदर वाहन चालकों को अब हेलमेट पहनना अनिवार्य नहीं है#PIBFactCheck : यह दावा फर्जी है! वाहन चालकों को अभी भी हेलमेट पहनना अनिवार्य है l pic.twitter.com/rFQBnV7zDM
— PIB Fact Check (@PIBFactCheck) August 7, 2020