ৰাজ্যৰ পৰা প্ৰত্যাহাৰ হ’ল সাপ্তাহিক লকডাউন আৰু সান্ধ্যআইন
- অসমত প্ৰত্যাহাৰ কৰা হ’ল সাপ্তাহিক লকডাউন আৰু সান্ধ্যআইন
- ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জনালে এই কথা
- সকলোকে কোভিড প্ৰট’কল মানি চলাৰ লগতে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান
Weekend lockdown and night curfew have been lifted , however, please adhere to all the COVID-19 protocols to keep yourself and others around you safe.@CMOfficeAssam @himantabiswa @assampolice
— Kumar Sanjay Krishna (@KrSanjayKrishna) September 4, 2020