নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰিয়াৰ পদত্যাগ

 নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ   সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰিয়াৰ। ছাত্ৰ নেতা জনে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জানিবলৈ দিছে। অৱশ্যে তেওঁ কিয় পদত্যাগ কৰিছে সেই বিষয়ে একো অৱগত কৰা নাই। ছাত্ৰ নেতা জনে  এই সিদ্ধান্তৰ  বিষয়ে সোমবাৰে ৰাজহুৱা কৰিব বুলি জানিবলৈ দিছে।

পদত্যাগ পত্ৰ সীমান্ত ঠাকুৰিয়াই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী দিপাংক কুমাৰ নাথ লৈ প্ৰেৰণ কৰিছে।

You might also like