নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে ঘোষণা কৰিলে ৭০ সমষ্টিৰ বিপৰীতে প্ৰাৰ্থী তালিকা

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ আজি বিজেপিয়ে ঘোষণা কৰে প্ৰথম পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। দলটোৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে ঘোষণা কৰে প্ৰথম পৰ্যায়ৰ ৪৭ সমষ্টিৰ প্ৰাৰ্থীসকলৰ নাম। ঘোষণাৰ সময়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শৰ্মা, অগপৰ সভাপতি অতুল বৰা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।

দাসে প্ৰথমে বিজেপিৰ তিনি মুখ্য নেতাৰ সমষ্টি ঘোষণা কৰি কয় যে পাটাছাৰকুছি সমষ্টিত ৰঞ্জিত দাস, জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মা আৰু মাজুলী সমষ্টিত সৰ্বানন্দ সোণোৱালে নিৰ্বাচন খেলিব।

সমষ্টিৰ বিপৰীতে প্ৰাৰ্থী

  1. ঢেকীয়াজুলি সমষ্টিত অশোক সিংঘাল
  2. বৰচলা সমষ্টিত গণেশ কুমাৰ লিম্বু
  3. চতিয়া সমষ্টিত পদ্ম হাজৰিকা
  4. বিশ্বনাথ সমষ্টিত প্ৰমোদ বৰঠাকুৰ
  5. বিহালী সমষ্টিত ৰঞ্জিত দত্ত
  6. গহপুৰ সমষ্টিত উতপল বৰা
  7. ধিং সমষ্টিত সঞ্জিত কুমাৰ
  8. বটদ্ৰৱা সমষ্টিত আঙুৰলতা ডেকা
  9. ৰূপহীহাট সমষ্টিত নাজিৰ হুছেইন
  10. চামগুৰি সমষ্টিত অনিল শইকীয়া
  11. সৰুপথাৰ সমষ্টিত বিশ্বজিত ফুকন
  12. গোলাঘাট সমষ্টিত অজন্তা নেওগ
  13. খুমটাই সমষ্টিত মৃণাল শইকীয়া
  14. যোৰহাট হিতেন্দ্ৰ নাথ গোস্বামী
  15. নাজিৰা সমষ্টিত ময়ূৰ বুৰাগোহাঁই
  16. লখিমপুৰ সমষ্টিত মানৱ ডেকা
  17. ঢকুৱাখনা সমষ্টিত নৱ কুমাৰ দলে
  18. থাওৰা সমষ্টিত কুশল দুৱৰী
  19. শিৱসাগৰ সমষ্টিত সুৰভি ৰাজকোঁৱৰ
  20. বিহপুৰীয়া সমষ্টিত অমিয় ভূঞা
  21. মাহমৰা সমষ্টিত যোগেন মহন
  22. সোণাৰি সমষ্টিত ধৰ্মেশ্বৰ কোঁৱৰ
  23. মৰাণ সমষ্টিত চক্ৰধৰ গগৈ
  24. ডিব্ৰুগড় সমষ্টিত প্ৰশান্ত ফুকন
  25. লাহোৱাল সমষ্টিত বিনোদ হাজৰিকা
  26. দুলীয়াজান সমষ্টিত তেৰশ গোৱালা
  27. টিংখং সমষ্টিত বিমল বৰা
  28. নাহৰকটীয়া সমষ্টিত তৰংগ গগৈ
  29. তিনিচুকীয়া সমষ্টিত সঞ্জয় কিষাণ
  30. ডিগবৈ সমষ্টিত সুৰেন ফুকন
  31. মাৰ্ঘেৰিটা সমষ্টিত ভাস্কৰ শৰ্মা
  32. শদিয়া সমষ্টিত বলীন চেতিয়া
  33. ধেমাজি সমষ্টিত ৰণোজ পেগু
  34. জোনাই সমষ্টিত ভুবন পেগু
  35. ৰঙাপৰা সমষ্টিত কৃষ্ণ কুমাৰ লিম্বু
  36. ৰাতাবাৰী সমষ্টিত বিজয় মালাকাৰ
  37. পাথাৰকান্দিত সমষ্টিত কৃষ্ণেন্দু পাল
  38. উত্তৰ কৰিমগঞ্জ সমষ্টিত মানস দাস
  39. বদৰপুৰত বিশ্বৰূপ ভট্টচাৰ্য
  40. কাটলিচেৰা সমষ্টিত সুব্ৰত নাথ
  41. শিলচৰ সমষ্টিত দীপায়ন চক্ৰৱৰ্তী
  42. সোণাই সমষ্টিত আমিনুল হক লস্কৰ
  43. ধোলাই সমষ্টিত পৰিমল শুক্লবৈদ্য
  44. উদাৰবন্দ সমষ্টিত মিহিৰকান্তি সোম
  45. লক্ষীপুৰ সমষ্টিত কৌশিক ৰায়
  46. বৰখোলা সমষ্টিত অমলেন্দু দাস
  47. কাটিগড়া সমষ্টিত গৌতম ৰয়
  48. হাফলং সমষ্টিত নন্দিতা গাৰ্লোছা
  49. বোকাজান সমষ্টিত ড০ নোমল মমিন
  50. হাওৰাঘাট সমষ্টিত দোৰছিং ৰংহাং
  51. ডিফু সমষ্টিত বিদ্যাছিং ইংলেং
  52. বৈঠালাংছ’ সমষ্টিত ৰূপছিং টেৰাং
  53. কমলপুৰ সমষ্টিত দিগন্ত কলিতা
  54. ৰঙিয়া সমষ্টিত ভৱেশ কলিতা
  55. নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱা
  56. পানেৰী সমষ্টিত বিশ্বজিত দৈমাৰী
  57. মাজবাট সমষ্টিত জিতু কিষাণ
  58. কলাইগাঁও সমষ্টিত মধুৰাম ডেকা
  59. মংগলদৈ সমষ্টিত গুৰুজ্যোতি দাস
  60. জাগীৰোড সমষ্টিত পীয়ূষ হাজৰিকা
  61. মৰিগাঁও সমষ্টিত ৰমাকান্ত দেউৰী
  62. লাহৰিঘাট সমষ্টিত কাদিৰুজামান জিন্না
  63. নগাঁও সমষ্টিত ৰূপক শৰ্মা
  64. বঢ়মপুৰ সমষ্টিত জিতু গোস্বামী
  65. লামডিং সমষ্টিত শিবু মিশ্ৰ
  66. তিতাবৰ সমষ্টিত হেমন্ত কলিতা
  67. মৰিয়নি সমষ্টিত ৰমণী তাঁতী
You might also like