কাগজ কলৰ কৰ্মচাৰীয়ে ঘৰ খালী কৰিব নালাগেঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী
চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল
- মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল
- অসম চুক্তি স্বাক্ষৰৰ পিছত কংগ্ৰেছে গুৰুত্ব নিদিলে
- এতিয়া আমাৰ চৰকাৰে গুৰুত্ব দিছে
- NRCৰ কাম হৈছে, ৬নং দফা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত কমিটী গঠন হৈছে
- অসমৰ জাতি-মাটি-ভাষা সুৰক্ষিত হ’ব
- কাগজ কলৰ সন্দৰ্ভতো মন্তব্য মন্ত্ৰীগৰাকীৰ
- কাগজ কল চলাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছো
- কোনো কৰ্মচাৰীয়ে ঘৰ খালী কৰিব নালাগে
- সংবাদমেলত এই মন্তব্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ