নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাওক COVID আক্ৰান্তৰ শীৰ্ষত থকা ৰাজ্যৰ কেইবাখনো জিলা?

 

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ ৰাজ্যত ক’ভিডৰ সংক্ৰমণে লৈছে ভয়াবহ ৰূপ। কামৰূপ মহানগৰ জিলাত বৰ্তমান চিকিৎসাধিন ৯,২৮৬ জন ৰোগী। ডিব্ৰুগড় জিলাত ক’ভিড ৰোগীৰ সংখ্যা ১,৭২২ জন। যোৰহাটত ৬৯৫ জন ৰোগী, শোণিতপুৰত আছে ৭১৪ জন ৰোগী। ইয়াৰ বিপৰীতে কাছাৰত আছে ৫৯৯ জন ক’ভিড ৰোগী, গোলাঘাটত ৫৯০ জন ৰোগী, শিৱসাগৰত ৪৪৩জন, মৰিগাঁৱত ৪২০ জন, বঙাইগাঁৱত ৪১৯ জন, দৰঙত ৭০৬ গৰাকী, নলবাৰীত ৬৫৮ গৰাকী, তিনিচুকীয়াত ৫৭২ গৰাকী, কোকৰাঝাৰত ৩৮৯ গৰাকী, গোৱালপাৰাত ৩৯২ গৰাকী, হোজাইত ৩৫৭ গৰাকী, কাৰ্বি আংলংত ৩৪২ গৰাকী, লখিমপুৰত ৩৪২ গৰাকী, ধুবুৰীত ৩০০ গৰাকী।

You might also like