নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত বাঢ়নী পানীত সন্ধানহীন এজন

  • মৰিয়নিৰ চেলেংহাটত বাঢ়নী পানীত সন্ধানহীন এজন লোক।
  • সন্ধানহীন লোকজন বৈচাহাবি চাহ বাগিচাৰ পুৰনা লাইনৰ পবিত্ৰ নায়ক।
  • শহুৰেকৰ শেষকৃত্য সম্পন্ন কৰি অহা পথৰ পৰাই সন্ধানহীন লোকজন।
  • লোকজনক বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ সন্দেহ।
  • SDRFৰ দলে আজি লোকজনৰ সন্ধানত চলাব অভিযান।

ডিজিটেল ডেস্ক, ২১ জুলাই

You might also like