নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাকেৰে টাইপিং কৰা ব্যক্তিজন

হাতেৰে টাইপিং কৰা আপুনি দেখিছে৷ কিন্তু নাকেৰে টাইপিং কৰা দেখিছেনে? হায়দৰাবাদৰ মহম্মদ খুর্ছিদ হুছেইন নামৰ এজন যুৱকে কী বোর্ডত ৪৭.৪৪ ছেকেণ্ডত ১০৩টা শব্দ নাকেৰে টাইপিং কৰি বিশ্ব ৰেকর্ড গঢ়িছিল৷

উল্লেখ্য যে হুছেইন হৈছে আটাইতকৈ কম বয়সীয়া মুছলমান গিনিজ ৰেকৰ্ড ধাৰক। তেওঁ ৭ বছৰ বয়সত টাইপিং শিকিছিল। তেওঁৰ মাক কুদচিয়াই তেওঁক এই দক্ষতা শিকাইছিল।

You might also like