নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ নিৰ্মাণ কৰা হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰে চুপাৰস্পেচিয়েলিটি হাস্পতাল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৭ মেঃ নতুনকৈ নিৰ্মাণ কৰা হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰে চুপাৰস্পেচিয়েলিটি হাস্পতালখন অহা ৯ মে’ত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰিব৷

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰিবলগীয়া হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰে চুপাৰস্পেচিয়েলিটি হাস্পতালখনৰ চৌহদ পৰিদৰ্শন কৰাৰ লগতে মাতৃ আৰু শিশু স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়৷ এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে৷

You might also like