নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্থপ্রতিম মজুমদাৰক এনআৰচিৰ সমন্বয়কৰ দায়িত্ব

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ ৰাজ্যিক সমন্বয়ক ৰূপে পার্থপ্রতিম মজুমদাৰক দায়িত্ব অর্পণ কৰা হৈছে৷ বর্তমানৰ সমন্বয়ক হিতেশ দেৱশর্মাই অহা ৩১ জুলাইত অৱসৰ গ্রহণ কৰিব৷ সেয়েহে  ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগে এক নির্দেশযোগে সমবায় সমিতিসমূহৰ পঞ্জীয়ক তথা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সচিব আই এছ বিষয়া পার্থপ্রতিম মজুমদাৰক উক্ত দায়িত্ব অর্পণ কৰে৷ ১ আগষ্টৰ পৰা ৰাজ্যিক সমন্বয়ক হিচাপে তেওঁ কার্যভাৰ গ্রহণ কৰিব৷

You might also like