নিয়মীয়া বাৰ্তা,৮ এপ্ৰিলঃ ১৪ এপ্ৰিলৰ পাছত বৃদ্ধি হ’ব পাৰে লক ডাউন। ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি সৰ্বদলীয় এখন বৈঠকত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক ডাউন বৃদ্ধিৰ ইংগিত। এই সন্দৰ্ভত ১১ এপ্ৰিলত চৃড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ১১ এপ্ৰিলত অনুষ্ঠিত হ’ব ভিডিঅ’ কনফাৰেন্সিং আৰু ইয়াৰ পিছতেই লক ডাউন বৃদ্ধিৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
You might also like