নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৯১৫খন ধৰ্মানুষ্ঠানলৈ দিয়া হ’ব ১০ লাখ টকাঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

  • সংবাদমেলত ‘অসম দৰ্শন’ শীৰ্ষক আঁচনি ঘোষণা
  • ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত অসম দৰ্শন আঁচনিৰ শুভ আৰম্ভণি
  • এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব সকলো ধৰ্মৰ মুঠ ১০ হাজাৰ লোকে
  • অসম দৰ্শন আঁচনিৰ বাবে ধাৰ্য ৭৫০ কোটি টকা
  • এই আঁচনিৰ যোগেদি ৰাজ্যৰ ধৰ্মানুষ্ঠানলৈ অনুদান
  • ৰাজ্যৰ দেৱালয়সমূহক বছৰি দিয়া হ’ব ২ লাখ টকাকৈ
  • ৰাজ্যৰ মুঠ ৯১৫খন ধৰ্মানুষ্ঠানলৈ ১০ লাখ টকাকৈ আগবঢ়োৱা হ’ব
  • এই আঁচনিৰ অধীনত ৪৫৯টা মন্দিৰ, ১২৩টা নামঘৰ, ৪৭টা মছজিদ-মাঝাৰ
  • অসম দৰ্শন আঁচনিত অন্তভুৰ্ক্ত ৰাজ্যৰ ২৬টা গীৰ্জা
  • ধৰ্মানুষ্ঠানসমূহলৈ যোৱা পথ, যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে ৬১৫কোটি টকা
  • ৰাজ্যৰ ৩১৬টা পৰ্যটনথলীৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ
You might also like