নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা দীঘলীয়া যাত্রাৰ আৰম্ভণি

বহু জনহিতকৰ পদক্ষেপেৰে দিছপুৰত মিত্রজোঁট চৰকাৰৰ এমাহ

ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ১০ জুনঃ ২০২১ বর্ষৰ ১০ মে’ত অসমৰ জনতাৰ জনাদেশ শিৰোধার্য কৰি অসমৰ নতুন বিজেপি চৰকাৰখনে নিজৰ যাত্রা আৰম্ভ কৰে৷ হয়াৰ পূর্বে হৈ যোৱা পঞ্চদশ বিধানসভা নির্বাচনত বিজেপিৰ হৈ আমি অসমৰ ৰাহজক কেতবোৰ প্রতিশ্রুতি দিছিলোঁ৷ আগন্তুক পাঁচটা বছৰৰ বাবে আমাৰ ৰাজ্যখনৰ স্বার্থত বিজেপিয়ে প্রস্তুত কৰা বিকাশ আৰু সভ্যতা ৰক্ষাৰ এটা ৰূপৰেখা আমি ৰাহজৰ সন্মুখত দাঙি ধৰিছিলোঁ৷ বিজেপি আৰু মিত্রজোঁটে প্রস্তাৱ কৰা সেহ নৱপ্রভাতৰ প্রতিশ্রুতিৰ প্রতি অসমৰ ৰাহজৰ অকুণ্ঠ সমর্থনে দিছপুৰত পুনৰ এখন অকংগ্রেছী চৰকাৰ প্রতিষ্ঠা কৰাত সহায় কৰিলে৷ অসমৰ হতিহাসত এখন অকংগ্রেছী চৰকাৰ একাধাৰে দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহা ঘটনা এয়াহ আছিল প্রথম৷
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে অসমীয়া জাতিক প্রাণ আৰু ঐতিহ্য দিছিল৷ গুৰুজনাৰ সাংস্কৃতিক আদর্শ আৰু পন্থাহ জাতিটোক একতাৰ ডোলেৰে আজিও বান্ধি ৰাখিছে৷ অসমৰ মুখ্যমন্ত্রী হিচাপে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, মহামায়া মা কামাখ্যা, আধ্যাত্মিক তীর্থ মাজুলী, ভুবন তীর্থ আৰু মহাবাহু ব্রহ্মপুত্রক সন্মান জনাহ মহ অসমৰ ৰাহজক নিশ্চিতভাৱে এটা বার্তা দিব খোজোঁ যে অহা পাঁচটা বছৰত অসমৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে এহ চৰকাৰে ২৪ ঘণ্টাকৈ বছৰৰ ৩৬৫ দিনেহ নিৰন্তৰভাৱে কাম কৰি যাব৷
কল্যাণকামী ৰাষ্ট্রৰ কেন্দ্রবিন্দু হৈছে সমাজত যুগে যুগে বঞ্চিত হৈ থকা লোকসকল৷ তেওঁলোকক ডত্তৰণৰ পথলৈ লৈ যোৱাটোৱেহ হৈছে এহ দর্শনৰ মূল লক্ষ্য৷ অসমৰ চাহ জনগোষ্ঠীৰ প্রতিগৰাকী লোক, অসমৰ অনুসূচিত জাতি আৰু জনজাতি তথা সংখ্যালঘু সম্প্রদায়ৰ মহিলাসকল আমাৰ কল্যাণকামী চৰকাৰৰ জনমুখী যাত্রাৰ মূল ডপজীব্য হ’ব৷ তেওঁলোকক কেন্দ্র কৰিয়েহ অহা পাঁচটা বছৰত আমি এক নিৰন্তৰ বিকাশৰ যাত্রাৰে আগুৱাহ যাবলৈ চেষ্টা কৰিম৷
আলফাৰ সৈতে আলোচনাঃ আমাৰ চৰকাৰখনে এক শান্তিৰ বতৰা লৈ নিজৰ যাত্রা আৰম্ভ কৰিছে৷ এইক্ষেত্রত মহ প্রথমে ধন্যবাদ জনাব খোজোঁ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক৷ আমাৰ এটা আবেদনৰ ভিত্তিত তেখেতে অপহূত ৰিতুল শহকীয়াক যিধৰণে মুকলি কৰি দিলে, সেহ কথাহ আমাৰ মনত এক আশাৰ সঞ্চাৰ কৰিছে৷ শান্তি–শৃংখলা অসমবাসীৰ অধিকাৰ৷ আমাৰ প্রজন্মটোৰ এতিয়া বয়স বাঢ়িছে৷ আমি পুৰণি চামটোৱে এখন শান্তিৰ অসম নবীন প্রজন্মটোক দি যাব লাগিব৷ মহ পৰেশ বৰুৱা ডাঙৰীয়াক ক’ব খোজোঁ যে শান্তিৰ অসম, হিংসাবর্জিত এখন অসম আমাৰ নতুন প্রজন্মটোৰ অধিকাৰ৷ নতুন প্রজন্মৰ প্রতি সন্মান জনাহ চৰকাৰ আৰু আলফা দুয়ো পক্ষহ মুকলি মনেৰে আলোচনাৰ পৰিৱেশ নির্মাণ কৰিব লাগে৷ মহ স্পষ্ট ভাষাৰে ক’ব খোজোঁ যে এহক্ষেত্রত প্রধানমন্ত্রী শ্রীমোদী ডাঙৰীয়া আৰু গৃহমন্ত্রী শ্রীমিত শ্বাহ ডাঙৰীয়াৰ প্রচুৰ সদিচ্ছা আছে৷ ৰিতুল শহকীয়াৰ মুক্তিৰ জৰিয়তে অসমলৈ শান্তিৰ আগমন হওক, তাকে মহ কামনা কৰোঁ৷
বডোভূমিৰ শান্তিঃ প্রধানমন্ত্রী শ্রীমোদী ডাঙৰীয়াহ বিটিআৰ চুক্তিৰ জৰিয়তে বডোভূমিত স্থায়ী শান্তিৰ এক নতুন সপোন ৰচনা কৰিছে৷ যিসকলে বডোভূমিত অশান্তিৰ বীজ সিঁচিব খোজে, যিসকলে হত্যা–হিংসাৰ পথলৈ ঘূৰি যাব খোজে, তেওঁলোকৰ প্রতি আমাৰ চৰকাৰৰ নীতি হ’ব শূন্য সহনশীলতা৷ আনহাতে বডোভূমিলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহক, বডো জাতি এক নৱ ডত্থানৰ পথত আগবাঢ়ি যাওক, তাৰ বাবে এহ চৰকাৰে যিখিনি কৰিবলগীয়া আছে তাক দফাহ দফাহ সম্পূর্ণ কৰিব৷ কার্বি পাহাৰতো স্থায়ী শান্তি ৰচনা কৰাৰ বাবে কার্বি চুক্তি এখন কৰাৰ দিশত আমি আগবাঢ়িছোঁ৷ মহ নিশ্চিত যে এহ দিশতো আমি সফল হ’ব পাৰিম৷
উজ্জীৱিত অসমৰ পৰিচায়ক– ক’ভিড মেনেজমেণ্ট ঃ ক’ভিড–১৯ৰ প্রথম লহৰৰ সফল ব্যৱস্থাপনাৰ বাবে অসম দেশজুৰি প্রশংসিত হৈছিল৷ এতিয়া দ্বিতীয় লহৰৰ মাজভাগত থিয় হৈ মহ ক’ব খোজোঁ যে এহবাৰো অসমৰ জনতাৰ সহযোগিতাৰে অসম পুনৰ সফল হ’ব৷ হয়াৰ কাৰণ এয়ে যে জনতাৰ সহযোগত আমাৰ চৰকাৰে যি ধৰণে কাম কৰিছে ভাৰতৰ আন ৰাজ্যহ তেনে কৰিব পৰা নাহ৷ যিসময়ত ভাৰতৰ কোনো ৰাজ্যহ অন্য এখন ৰাজ্যলৈ অক্সিজেন প্রেৰণ কৰিব পৰা নাহ, সেহ সময়ত অসমে নিজৰ ডৎপাদিত অক্সিজেন নিজে ব্যৱহাৰ কৰাৰ ডপৰি প্রতিদিনে মেঘালয়, অৰুণাচল, ত্রিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামলৈ প্রেৰণ কৰিছে৷ অসমে আজি নিজৰ ৰোগীৰ চাহিদা পূৰণ কৰাৰ পিছতো ডত্তৰ–পূবৰ দায়িত্বও বহন কৰিছে৷ আজি সমগ্র ডত্তৰ–পূবত অসমৰ জনতাৰ প্রতি এক কৃতজ্ঞতাৰ ভাব জাগ্রত হৈছে৷ আনকি হডপিএ চৰকাৰশাসিত ঝাৰখণ্ডৰ দৰে ৰাজ্যৰ প্রয়োজনৰ সময়তো আমি দুহ হাজাৰ ড’জ ৰেমডিছিভিৰ হনজেকচন সেহখন ৰাজ্যলৈ প্রেৰণ কৰিছোঁ৷ কেহদিনমানৰ আগতে তেলেংগানা ৰাজ্যৰ অনুৰোধত ব্লেক ফাংগাছ ৰোগৰ ঔষধো হায়দৰাবাদলৈ পঠিওৱা হৈছে৷ অসমৰ ক’ভিড নিয়ন্ত্রণ ব্যৱস্থাপনা আন কোনো ৰাজ্যৰ লগত তুলনা নহয়৷ অসমৰ এজন ৰোগীয়েও প্রয়োজনত আহচিহড নোপোৱাকৈ থকা নাহ৷ এজন ৰোগীয়েও অক্সিজেনযুক্ত বিছনাৰ অভাৱত ভোগা নাহ৷ আজি অসমত এনেকুৱা এখন চিকিৎসালয় নাহ, য’ত আমি বিছনা দিব পৰা নাহ৷ চিকিৎসা মহাবিদ্যালয়কেহখন্ নিৰন্তৰভাৱে দিনে–ৰাতিয়ে চিকিৎসকসকলে সেৱা আগবঢ়াহছে৷ তেখেতসকলৰ সৈতে মহ নিজে আৰু স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত ডাঙৰীয়ায়ো পুৱতিনিশালৈকে চিকিৎসালয়ৰ কাম–কাজ পর্যালোচনা কৰিছোঁ৷ টিকাকৰণৰ ক্ষেত্রত আমাৰ ৰাজ্যখনত ৮ জুনৰ বিয়লি ৪ বজালৈকে মুঠ ৪৪ লাখ ৩৮ হাজাৰ লোকক সামৰি লোৱা হৈছে৷ হয়াৰে প্রথম পালি টিকা লোৱা লোকৰ সংখ্যা ৩৫ লাখ ৭৯ হাজাৰ আৰু দুটা পালি টিকা লোৱা লোকৰ সংখ্যা ৮ লাখ ৬০ হাজাৰ৷ জুলাহ মাহৰ পৰা দৈনিক চাৰে তিনি লাখ লোকক যাতে আমি টিকাকৰণ প্রক্রিয়াত সামৰিব পাৰোঁ, তাৰ বাবে কার্যসূচী যুগুতাহ ডলিয়াহছোঁ৷ এনেদৰে ক’ভিড নিয়ন্ত্রণৰ ব্যৱস্থাৱলী হাতত লোৱাৰ ফলত আমাৰ ৰাজ্যৰmortality rate থমকি ৰৈছে ০.৬ শতাংশ হাৰত৷ আজিৰ দিনটোত ৰাজ্যৰ পজিটিভিটী ৰেট ৩ শতাংশলৈ নামি আহিছে৷ ভাৰতৰ যিকোনো ৰাজ্যৰ তুলনাত এহ হাৰ ডন্নত আৰু আশাপ্রদ৷
অসমৰ ডদ্যোগ খণ্ডয়ো আজি যথেষ্ট অৰিহণা যোগাহছে৷ ৰেমডিছিভিৰ হনজেকচন আজি কামৰূপ জিলাৰ পলাশবাৰীৰ ডদ্যোগত ডৎপাদন কৰা হৈছে৷ হয়াত ডৎপাদিত ৰেমডিছিভিৰ প্রতি সপ্তাহত আশী হাজাৰ ড’জ বহিঃৰাজ্যলৈ প্রেৰণ কৰা হৈছে৷ আজি অক্সিজেনেৰ বাবেহ হওক বা ৰেমডিছিভিৰৰ বাবেহ হওক আমি আনৰ ওচৰত হাত পাতিব লগা হোৱা নাহ৷ এহক্ষেত্রত অসমে অন্যান্য ৰাজ্যলৈ বৰঙণিহে যোগাহছে৷ যিখন অসমক লৈ আমি গৌৰৱ কৰিব পাৰোঁ, এয়া হৈছে তেনে এখন নতুন অসমৰ ডদাহৰণ৷
জন অংশীদাৰিত্বঃ ক’ভিড ব্যৱস্থাপনাত যাতে অসমৰ জনসাধাৰণেও প্রত্যক্ষভাৱে অংশগ্রহণ কৰিব পাৰে, তাৰ বাবে মহ অসমৰ ৰাহজৰ জন অংশীদাৰিত্ব বিচাৰিছিলোঁ৷ সেহ অনুসৰি অসমৰ সকলো শ্রেণীৰ ৰাহজলৈ মোৰ আহ্বান আছিল এহ যে সকলোৱেহ যেনেকৈ পাৰে তেনেকৈ মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ বৰঙণি যোগাওক৷ বিৰোধী দলৰ লোকসকলে এহক্ষেত্রত আমাক সমালোচনা কৰিছিল৷ তেওঁলোকে প্রশ্ণ কৰিছিল যে চৰকাৰৰ টকা নাহ নেকি? কিন্তু আমি ধনৰ অভাৱৰ বাবে সেহ আহ্বান দিয়া নাছিলোঁ৷ দুর্গাপূজাত যজমানে অকলে ফুল নিদিয়ে৷ ভক্তসকলকো ফুল দিবলৈ কয়৷ কাৰণ জনতা জডিত নাথাকিলে কোনো কাম সিদ্ধ নহয়৷ ১৮ৰ পৰা ৪৪ বছৰ বয়সলৈ ভেকচিন দিবলৈ আমাক ৮০০ কোটি টকা লাগিব৷ ৮০০ কোটি টকা ৰিলিফ ফাণ্ডৰ যোগেদি আহৰণ কৰাটো সম্ভৱ নহয়৷ কিন্তু কোনোৱে যদি দুখীয়া মানুহৰ টিকাকৰণৰ বাবে কিছু ধন দিব খোজে আমি সেহ ৰাস্তাটো বন্ধ কৰিব নালাগিব৷ দান লোৱাটো ভাৰতৰ সভ্যতা–সংস্কৃতিৰ অবিচ্ছেদ্য অংগ৷ গুৰু দ্রোণাচার্যয়ো শিষ্যৰ পৰা দক্ষিণা লৈছিল৷ সেহবাবে জনসহযোগিতাক আমি কেতিয়াও অগ্রাহ্য কৰিব নালাগে৷ ক’ভিড ব্যৱস্থাপনাৰ বাবে কৰ আৰোপ নকৰাৰ সিদ্ধান্ত আমি লৈছোঁ৷ কৰৰ পৰিৱর্তে আমি মানুহক কৈছোঁ এটকা–দুটকা যি পাৰে আপোনালোকে টিকাকৰণৰ বাবে দিয়ক৷ এয়া হৈছে অসমবাসীৰ আত্মবিশ্বাসৰ প্রতিফলন৷
চাৰে তিনি কোটি মানুহৰ টিকাকৰণ আমাৰ লক্ষ্য৷ যোৱাবাৰ অসম আৰোগ্য নিধিত ৰাহজে যিমান টকা দান দিলে সেহ সমুদায় ধন আমি সযতনে সাঁচি ৰাখিছিলোঁ৷ আজি সেহ সঞ্চিত পুঁজি টিকাকৰণৰ জৰিয়তে আমি ৰাহজক ওভতাহ দিছোঁ৷ এহবাৰো মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা ৫০ কোটি টকা অসম আৰোগ্য নিধিলৈ মোকলাহ দিছোঁ, যাতে টিকাকৰণ চলি থাকে৷ এহ সময়ছোৱাত অর্থাৎ জুলাহ মাহলৈকে টিকাকৰণ চলাহ ৰাখিবৰ বাবে আমি ৰাহজৰ পুঁজিকেহ ৰাহজক ওভতাহ দি আছোঁ৷ হতিমধ্যে আমি ৫০ কোটি টকাৰ টিকা ক্রয় কৰিছোঁ৷
হয়াৰ মাজতে প্রধানমন্ত্রী মোদী ডাঙৰীয়াহ ক’ভিডৰ টিকা বিনামূলীয়াকৈ প্রদান কৰাৰ বাবে সিদ্ধান্ত লৈছে৷ এনেক্ষেত্রত ৰাহজে দান–বৰঙণিৰে আগবঢ়োৱা ধন পুনৰ সংস্থাপনৰ বাবে খৰচ কৰা হ’ব৷ তদুপৰি ক’ভিড–১৯ৰ তৃতীয় লহৰৰ পৰা যাতে শিশুসকলক ৰক্ষা কৰিব পৰা যায়, তাৰ বাবে শিশুৰ আহচিহড নির্মাণতো এহ ধন ব্যয় কৰা হ’ব৷
১ লাখ নিবনুৱালৈ নিযুক্তি আৰু মাহক্র’ ফাহনেঞ্চৰ ঋণ ৰেহাইঃ নির্বাচনত আমাৰ প্রতিশ্রুতি আছিল যে আমি এক লাখ নিবনুৱাক চাকৰি দিম৷ সেহ কথাত আমি অটল হৈ আছোঁ৷ আমি গণি গণি এক লাখ নিবনুৱাক নিযুক্তি দিম– সেয়া আমাৰ প্রতিশ্রুতি৷ নিযুক্তিৰ সভাখনলৈ আমি বিৰোধী দলৰ দলপতিগৰাকীকো বিশিষ্ট অতিথি হিচাপে নিমন্ত্রণ জনাম৷ নির্ধাৰিত লক্ষ্যতকৈ নিযুক্তি দুহ–এগৰাকী বেছি হ’ব পাৰে, কিন্তু কম নহয়৷ মাহক্র’ ফাহনেঞ্চৰ ঋণ ৰেহাহ দিম বুলি আমি প্রতিশ্রুতি দিছিলোঁ, আমি সেয়া ৰূপায়ণ কৰিম৷ তাৰ বাবে প্রয়োজন হ’লে আমি নিজৰ দৰমহাটোও নলওঁ৷ যিকোনো ডপায়েৰে সেয়া কৰিবহ লাগিব, কাৰণ অসমৰ সহজ–সৰল জনগণক দিয়া প্রতিশ্রুতি আমি আখৰে আখৰে পালন কৰিব লাগিব৷ তাত আমি কোনো শিথিলতা আহিবলৈ দিব নোৱাৰোঁ৷
আন্তঃগাঁথনি নির্মাণঃ আন্তঃগাঁথনি নির্মাণ আমাৰ চৰকাৰৰ এক অন্যতম প্রাথমিকতা৷ এটা অঞ্চলৰ প্রগতিৰ এক অন্যতম চর্ত হৈছে ডন্নত আন্তঃগাঁথনি৷ আন্তঃগাঁথনি, বিশেষকৈ যোগাযোগ আন্তঃগাঁথনিৰ দিশৰ পৰা অসমক এখন লেখত ল’বলগীয়া ৰাজ্য ৰূপে গঢ়ি তোলাৰ প্রয়োজনীয়তা এহবাবেহ আছে যে অসম হৈছে দক্ষিণ–পূব এছিয়াৰ দুৱাৰমুখ৷ যোগাযোগৰ সুচলতাৰ বাবে বিজেপি চৰকাৰৰ দিনতে ব্রহ্মপুত্রৰ ওপৰত গুৱাহাটী–ডত্তৰ গুৱাহাটী সংযোগী দলং নির্মাণ হৈছে৷ ২০২৩ চনত আমি সেহ দলং ডদ্বোধন কৰিম৷ মাজুলী সংযোগী দলং নির্মাণৰ কাম আৰম্ভ হৈছে৷ কলীয়াভোমোৰা দলং কেহমাহমানতে সম্পূর্ণ হ’ব৷ গহপুৰ–নুমলীগড সংযোগী দলং অলপতে আৰম্ভ হ’ব৷ ধুবুৰীৰ ফুলবাৰীত দলং নির্মাণৰ কাম প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াহ শুভাৰম্ভ কৰিছিল৷ এয়া হৈছে এছিয়াৰ দীর্ঘতম দলং৷ এহ দলঙে ধুবুৰীৰ পৰা দক্ষিণ শালমাৰা হৈ মেঘালয় পাওঁতে বহু সময় ৰাহি কৰিব৷ কোনোবা চৰকাৰে এনে কৰিব পাৰিব, সেয়া আছিল এসময়ত কল্পনাৰো অগোচৰ৷
বানমুক্ত অসমঃ বানমুক্ত অসম আমাৰ নির্বাচনী প্রতিশ্রুতি আছিল৷ বান নিয়ন্ত্রণৰ বাবে আমি মথাডৰিবোৰক নতুন প্রাণ দিব খুজিছোঁ৷ তাৰ বাবে আমি এটা নতুন পন্থা অৱলম্বন কৰিব খুজিছোঁ৷ সেয়া হৈছে– মথাডৰিৰ নির্মাণ আৰু যতন৷ এহ দুয়োটা কাম দুটা পৃথক বিভাগৰ হাতত অর্পণ কৰা৷ মথাডৰিবোৰৰ চোৱা–চিতাৰ দায়িত্বত থাকিব জলসম্পদ বিভাগ৷ কিন্তু সেহবোৰৰ নির্মাণৰ বাবে আমি এনে এটা সংস্থা গঢ়ি তুলিব খুজিছোঁ, য’ত আহ আহ টিৰ হঞ্জিনীয়াৰসকলে যোগদান কৰিব৷ তদুপৰি হয়াত থাকিব অসমৰ বান বিশেষজ্ঞসকল৷ এহবাৰৰ বানপানী পাৰ হৈ যোৱাৰ পিছত যুদ্ধকালীন গতিত মথাডৰিবিলাক নির্মাণ কৰা হ’ব৷ মথাডৰিৰ ওপৰৰ পথবোৰ লোক নির্মাণ বিভাগে পকী কৰি তুলিব৷ তাৰ ফলত মথাডৰিবোৰৰ বহন শক্তি বৃদ্ধি হ’ব৷ ব্রহ্মপুত্রৰ খনন সম্ভৱ নহ’লেও হয়াৰ ডপ–নদীবিলাকৰ যাতে আমি খনন চলাহ থাকিব পাৰোঁ, তাৰ বাবে আমি চেষ্টা চলাহ যাম৷ হতিমধ্যে বৰাকৰ বুকুত আৰম্ভ কৰা খননে দক্ষিণ অসমৰ বান নিয়ন্ত্রণৰ ক্ষেত্রত ডল্লেখযোগ্য সফলতা আনি দিব৷
সভ্যতা–সংস্কৃতিৰ সুৰক্ষাঃ অসমৰ সভ্যতা–সংস্কৃতি ৰক্ষা কৰাটো সময়ৰ আহ্বান৷ অসমৰ পুৰাতন সভ্যতা–সংস্কৃতিৰ প্রতি আজি কেহবাদশকজুৰি প্রচণ্ড ভাবুকিৰ সৃষ্টি হৈছে৷ এহ কথা সন্মুখত ৰাখিয়েহ আমি নির্বাচনৰ ঘোষণা পত্রত কৈছিলোঁ যে এন আৰ চিৰ পুনৰীক্ষণ হ’ব লাগে৷ ৰাহজেও জনাদেশ দিছে আৰু এন আৰ চিৰ পুনৰীক্ষণ বিচাৰিছে৷ গতিকে আমি এন আৰ চিৰ পুনৰীক্ষণ বিচাৰিব লাগিব৷ হয়াৰ বাবে যি ফ’ৰামতে আমি আমাৰ নিজা প্রতিশ্রুতিসমূহ ৰক্ষা কৰিব পাৰোঁ, সেহ ফ’ৰামৰ সহায় আমি ল’ব লাগিব৷ মহ জনতাক প্রতিশ্রুতি দিছোঁ যে সীমান্তৰ জিলাত এন আৰ চিৰ ২০ শতাংশ পুনৰীক্ষণ কৰাব লাগিব৷ অন্যান্য জিলাত সেহ পুনৰীক্ষণ ১০ শতাংশ হ’ব লাগিব৷ আমি আমাৰ এহ প্রতিশ্রুতি পালন কৰিম৷ বিৰোধীয়েও প্রতিশ্রুতি দিছে যে নহয়, পুনৰীক্ষণ হ’ব নালাগে৷ গতিকে বিৰোধীয়ে বিৰোধীৰ প্রতিশ্রুতি পালন কৰিবলৈ চেষ্টা কৰিব৷ গণতন্ত্র এনেকৈয়ে আগবাঢ়ি যাব৷ গণতন্ত্রৰ বিধিমতে কোনোবা ফ’ৰামত সিদ্ধান্ত হ’ব– সেহ ফ’ৰাম কেতিয়াবা বিধানসভাৰ মজিয়া হ’ব পাৰে আৰু কেতিয়াবা হ’ব পাৰে আদালতৰ মজিয়া৷
আমি বিশ্বাস কৰোঁ গো আমাৰ মাতৃ৷ গতিকে আমি বিচাৰিম পশ্চিমবংগৰ পৰা গো–ধন নাহক৷ আমি বিচাৰিম যি ঠাহত গৰুক পূজা কৰা মানুহ আছে, তাত গো–ভক্ষণ নহওক৷ মহ বহুবাৰ লক্ষ্ণৌৰ দাৰুল ডলুমৰ বিবৃতি দেখিছোঁ, য’ত তেওঁলোকে কৈছে যে হিন্দু মানুহ থকা অঞ্চলত গো–ভক্ষণ কৰিব নালাগে৷ গুৱাহাটীৰ ফাঁচীবজাৰৰ কেতবোৰ হোটেলত গো–মাংস বিক্রী কৰাৰ কোনো প্রয়োজনীয়তা নাহ৷ কাৰণ এয়া এক স্পর্শকাতৰ বিষয়৷ ভাৰতৰ সংবিধানে কয় যে গো–হত্যা কৰিব নালাগে৷ সংবিধানৰ নির্দেশাত্মক নীতিত এহ কথা ডল্লেখ আছে৷ যেতিয়া সদনত এ আহ ডি হড এফৰ বিধায়কসকলেও এনেধৰণৰ কথাৰ প্রতি সমর্থন জনাব তেতিয়া নতুন অসম নির্মাণ হ’ব৷ সদনত মুছলমান বিধায়ক কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়াহ সংস্কৃতত শপত লৈছে, কিন্তু আল্লাৰ নামত শপত লৈছে৷ দেৱভাষা সংস্কৃত ভাৰতৰ ঐতিহ্যৰ লগত জডিত৷ কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়াহ যি ডদাহৰণ দাঙি ধৰিছে, তেনেধৰণে যদি সকলোৱে চিন্তা কৰে অসমত সংঘাত হ’বহ নোৱাৰে৷ যেতিয়া হড ডি এফ দলে ক’ব যে কোনেও সত্রৰ মাটি বেদখল কৰিব নোৱাৰে, তেতিয়াহ নতুন সমাজৰ সৃষ্টি হ’ব৷ তেতিয়া আমিও ক’ম যে মছজিদৰ মাটি দখল হ’ব নোৱাৰে৷ কিন্তু কোনোবাহ যদি সত্রৰ মাটি দখল কৰে, তেন্তে আন কোনোবাহতো মছজিদৰ মাটিও দখল কৰিব৷ সেহখন সমাজ আমি বিচৰা নাহ৷
অসমৰ সভ্যতা–সংস্কৃতি–সাহ্ ভিত্তিত নতুন অসমৰ ভেটি নির্মাণৰ দিশত হতিমধ্যে আমি কেহবাটাও সিদ্ধান্ত গ্রহণ কৰিছোঁ৷ সমাজলৈ ডল্লেখনীয় বৰঙণি আগবঢ়োৱা একোজন বিশিষ্ট ব্যক্তিলৈ অসমৰত্ন বঁটা প্রতিবছৰে নিয়মীয়াকৈ দিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ সমাজৰ সুযোগ্য সন্তানসকলক ডৎসাহিত কৰাৰ স্বার্থত বঁটাৰ পৰিসৰ বঢ়াবৰ বাবে অসমৰত্নৰ ডপৰি আন কেহবাটাও বঁটা প্রণয়নৰ সিদ্ধান্ত লোৱা হৈছে, যেনে– অসম বিভূষণ, অসমভূষণ আৰু অসমশ্রী৷ এহ বছৰৰ পৰা সাহিত্যিক পেন্সনসমূহ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ নামেৰে নামাংকিত কৰা হ’ব৷ প্রতিবছৰে ৭ ডিচেম্বৰত তেখেতৰ জন্মদিনটোত সাহিত্যিক পেন্সনাৰসকলৰ নাম ঘোষণা কৰিবলৈ আমি সিদ্ধান্ত গ্রহণ কৰিছোঁ৷ একেদৰে ক্রীডা পেন্সনসমূহ অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তেখেতৰ জন্মদিন ৩ ছেপ্ঢেম্বৰ দিনটোত প্রদান কৰা হ’ব৷ শিল্পী বঁটাসমূহ প্রতিবছৰে ১৭ জানুৱাৰীত প্রদান কৰা হ’ব৷ বৰদোৱা আমাৰ বাবে পৰম পৱিত্র তীর্থ৷ এহ তীর্থৰ শ্রীবৃদ্ধিৰ বাবে আমাৰ চৰকাৰে লক্ষ্য স্থিৰ কৰি লৈছে৷ বৰদোৱা থান সাংস্কৃতিক আৰু পর্যটন প্রকল্পৰ বাবে অতিৰিক্তভাৱে ৩৫ বিঘা মাটি আবণ্টনৰ প্রক্রিয়াও আমি আৰম্ভ কৰিছোঁ৷ দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটি গাঁৱৰ ৭৭ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ কবলৰ পৰা ডদ্ধাৰ কৰি তাক কৃষিকর্মত ব্যৱহাৰ কৰাৰ বাবে হতিমধ্যে বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত এখন ডচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰি দিয়া হৈছে৷
সামৰণিত ঃ এনেকৈ, প্রতিশ্রুতি অনুসৰি এটা এটাকৈ কাম কৰি আমি অসমখনক অহা পাঁচটা বছৰৰ পিছত শ্রেষ্ঠতম অসম আৰু ভাৰতৰ শ্রেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিম৷ তাৰ বাবে প্রথম মাহটোতে এটা পৃষ্ঠভূমি তৈয়াৰ কৰা কামত আমি ব্রতী হৈছোঁ৷ এহক্ষেত্রত মহ বিৰোধী আৰু শাসকীয়– সকলো পক্ষকে গঠনমূলক ভূমিকা পালন কৰিবলৈ আহ্বান জনাহছোঁ৷ এটা সুস্থ গণতান্ত্রিক পৰম্পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ, যি সুস্থ গণতন্ত্রৰ যোগেদি অহা পাঁচটা বছৰত অসমৰ জনতাহ লাভ কৰিব তেওঁলোকৰ বহু ঈপ্সিত এখন সুন্দৰ অসম৷
(২০২১ বর্ষৰ ১০ জুন তাৰিখে বিজেপি চৰকাৰৰ প্রথম মাহপূর্তি উপলক্ষে মুখ্যমন্ত্রীৰ প্রবন্ধ)

You might also like