নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৫৮৮৩৭ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট: যোৱা ২৪ ঘন্টাত ২৪হাজাৰ ৪৯২টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ আজি ১১২৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷আক্ৰান্তৰ হাৰ ৪.৫৮শতাংশ ৷আজি আক্ৰান্ত হোৱা বুলি চিনাক্তসকলৰ ভিতৰৰ ২৪০ গৰাকী ৰোগী কামৰূপ(ম) আৰু ১২১গৰাকী যোৰহাটৰ ৷↗️ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা — ৫৮৮৩৭ জন ৷
↗️ ৰাজ্যত সম্প্ৰতি ১৮০৯৮ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷↗️ সুস্থ হোৱা ৰোগীৰ সংখ্যা – ৪০৫৯১
↗️ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা – ১৪৫

You might also like