নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম কাৰ্বি আংলঙত পথ দুৰ্ঘটনা : থিতাতে নিহত ৩ মহিলা

  • পশ্চিম কাৰ্বি আংলং জিলাৰ উমচুৱাইত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
  • তিৱা লাংখন উৎসৱ উপভোগ কৰি ওভতাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় Max Pick বাহন।
  • Max Pick Up বাহন খনৰ নম্বৰ- AS01C6664।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিগৰাকী মহিলা।
  • নিহতসকল- মানি আমচং, কুলবাৰী মালা,চিলুনী আমচং।
  • আন ১৫জন যাত্ৰী গুৰুতৰভাৱে আহত হয়।
  • আহতসকলক ততাতৈয়াকৈ উমপেনাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান।

ডিজিটেল ডেস্ক, ১ নৱেম্বৰ

You might also like