নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত আজি সুস্থ হৈ ঘৰলৈ উভতিল ৮৫৮ গৰাকী কোভিড-১৯ ৰোগী

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ ক’ৰোনাৰ সংহাৰৰ মাজতে সকলোৰে বাবে এটি ভাল খবৰ যে আজি পুনৰ ৮৫৮ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা নিজ ঘৰলৈ যাবলৈ অনুমতি লাভ কৰিছে ৷

উল্লেখ্য যে ৰাজ্যত আৰোগ্য লাভ হাৰ যথেষ্ট উন্নত ৷

সম্প্ৰতি ৰাজ্যত সুস্থ হোৱা ব্যক্তিৰ সংখ্যা — ১৬০২৩ গৰাকী ।
লগতে বৰ্তমানো চিকিৎসাধীন ৰোগীৰ সংখ্যা — ৬৮৯৮ গৰাকী লোক ।

You might also like