বৰপেটাৰোডত ৰে’লৰ পৰা পৰি মৃত্যু এজনৰ
- বৰপেটাৰোডত ৰেলৰ পৰা পৰি এজন লোকৰ মৃত্যু।
- বৰপেটাৰোডৰ ৰেল গেটত ওচৰ সংঘটিত হৈছে এই ঘটনা।
- উজনিমুৱা যাত্ৰীবাহী ৰেলৰ পৰা লোকজন পৰি মৃত্যু ঘটা বুলি ধাৰণা কৰা হৈছে।
- বৰপেটাৰোড ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
- বৰ্তমানলৈকে মৃতদেহটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷
ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ