অসম অসম মন্ত্ৰীসভাৰ ২ মন্ত্ৰীৰ দপ্তৰ সলনি By নিয়মীয়া বাৰ্তা On May 29, 2023 Share অসম মন্ত্ৰীসভাৰ ২ মন্ত্ৰীৰ দপ্তৰ সলনি। ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুই মন্ত্ৰীৰ দপ্তৰৰ সালসলনি। যোগেন মহনক MINES & MINERALSৰ অতিৰিক্ত দায়িত্ব নন্দিতা গাৰ্লোচাক ক্ৰীড়া আৰু যুৱ কল্যাণৰ অতিৰিক্ত দায়িত্ব নন্দিতা গাৰ্লোচাৰ পৰা কৰ্তন MINES & MINERALS দপ্তৰ যোগেন মহনৰ দায়িত্বত আছে ৰাজহ-দুৰ্যোগ প্ৰশমন পাৰ্বত্য অঞ্চল উন্নয়নৰ দায়িত্বতো আছে যোগেন মহন। Share