বহিঃৰাজ্যত অসমৰ যুৱক শুভংকৰৰ মৃত্যু
- পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু।
- বিশাখাপট্টনমত মৃত্যু সোণাৰিৰ শুভংকৰ ভট্টচাৰ্য নামৰ যুৱকজনৰ।
- কৰ্মসংস্থানৰ সন্ধানত তিনি মাহৰ পূৰ্বে বিশাখাপট্টনমলৈ গৈছিল শুভংকৰ।
- সোণাৰিৰ সমীপৰ হিঙৰিতলী গঞ্জুপাৰা গাঁৱৰ বাসিন্দা শুভংকৰ।
- শ্ৰদ্ধাঞ্জলি আঁচনিৰ যোগেদি অনা হব মৃতদেহ।
ডিজিটেল ডেস্ক, ৩ ফেব্ৰুৱাৰী