BTC Elelection Poll : ১১.৩০ বজালৈ তামুলপুৰৰ ভোটদানৰ হাৰ
পূৰ্ণগতিত চলি আছে বিটিচি নিৰ্বাচনৰ ভোটদান। যদিও জুবিনৰ মৃত্যুৱে ইয়াৰ পৰিৱেশ সেমেকা কৰি তুলিছে। বৰ্তমানলৈ প্ৰাপ্ত তথ্য অনুসৰি-
তামুলপুৰত জিলাত ১১:৩০ বজালৈ ভোটদানৰ হাৰ
-
২৬নং- দৰঙাজুলি : ৩৩.৮%
-
২৭নং- নাগ্ৰীজুলি : ২৬.৬৫%
-
২৮নং- গয়বাৰী : ৩৩.৬%
-
২৯নং- শুক্লাই চেৰফাং : ২৯.১৫%
-
৩০নং- গোৰেশ্বৰ : ৩০.৫০%
নিয়মীয়া বাৰ্তা, গোৰেশ্বৰ, ২২ ছেপ্টেম্বৰ