নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ২৫ জনৰ দেহত ক’ৰোনাঃ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৮৫৬ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৮ মে’: ৰাজ্যত নতুনকৈ ২৫ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

ইয়াৰে  ১৩ জন কামৰূপ মেট্ৰ’ৰ, ৪ গৰাকী কাছাৰৰ, ৩ জন ধেমাজিৰ, ৩ জন বৰপেটাৰ, ২জন কোকৰঝাৰৰ।

যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৮৫৬ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ৭৬২ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷

You might also like