নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমডুমাস্থিত হিন্দুস্থান ইউনিলিভাৰ লিমিটেডৰ কৰ্মচাৰী ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ  ডুমডুমাস্থিত হিন্দুস্থান ইউনিলিভাৰ লিমিটেডৰ দুগৰাকী কৰ্মীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ ।

হিন্দুস্থান ইউনিলিভাৰ লিমিটেডৰ পি. পি. এফ.-ৰ কৰ্মী বিকাশ ছেত্ৰী(৪০)ৰ লগতে বিষয়া অৰ্ণৱ কোঁৱৰ(৪৫)ৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে ।

ক’ভিড পজিটিভ ধৰা পৰা দুয়োজনক ইতিমধ্যে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে ।

You might also like