নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৫.২ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিঃ অভিকেন্দ্ৰ ঢেকীয়াজুলি

বিশেষ বাৰ্তা, ২৯ মেঃ আজি পুৱা ৰাজ্যত অনুভূত হয় ভূমিকম্পৰ তীব্ৰ জোকাৰণি। পুৱা ৮.০৪ বজাত অহা ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.২। ভূমিকম্পটোৰ অভিকেন্দ্ৰ ঢেকীয়াজুলি। কালিৰ পিছত আজি দুটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাত ৰাজ্যবাসী কিছু পৰিমাণে শংকিত হোৱা পৰিলক্ষিত হয়। এই ভূমিকম্পৰ জোকাৰণি অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চল, বাংলাদেশ, চীনৰ লগতে ভূটানতো অনুভূত হয়।

You might also like