বিশেষ বাৰ্তা, ১৬ জুনঃ আজি পুৱাৰ ভাগতে এক মৃদু ভূমিকম্পই জোকাৰি গল ৰাজ্যবাসীক। পুৱা ১০.১৭ বাজত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানত ভূমিকম্পৰ প্ৰবল জোকাৰণিৰ খবৰ পোৱা গৈছে। ইফালে ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।
Next Post