নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত দুষ্প্ৰাপ্য বৰটোকোলা নিধনঃ বৰটোকোলা নিধনকাৰী চাৰ্চিল চাংমাক গ্ৰেপ্তাৰ বন বিভাগৰ

নিয়মীয়া বাৰ্তা, ছয়গাঁওঃ

?ছয়গাঁৱত দুষ্প্ৰাপ্য বৰটোকোলা নিধন।

?বৰটোকোলা নিধনকাৰী চাৰ্চিল চাংমাক গ্ৰেপ্তাৰ বন বিভাগৰ।

?চেপনচিলাত আঘাতপ্ৰাপ্ত বৰটোকোলাটো ধৰি আনি নিধন কৰি ভক্ষণ কৰিছিল চাৰ্চিল চাংমাই।

?এই খবৰ লাভ কৰি বামুণীগাঁও ৰেঞ্জৰ বন বিভাগৰ দলে গ্ৰেপ্তাৰ কৰে বৰটোকোলা ভক্ষণকাৰী চাৰ্চিলক।

?এই ঘটনাত চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী।

প্ৰেৰক ভগৱান দাস

You might also like