নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা অহা ধুমুহা-বৰষুণৰ ফলত নগাঁও চহৰৰ জনজীৱন ব্যাহতঃ বৰ্তমান নগাঁও চহৰ অন্ধকাৰাচ্ছন্ন

@ নিশা অহা ধুমুহা-বৰষুণৰ ফলত নগাঁও চহৰৰ জনজীৱন ব্যাহত।
@ ধুমুহা-বৰষূনৰ লগতে চহৰখনত শিলাবৃষ্টি।
@ বৰ্তমান নগাঁও চহৰ অন্ধকাৰাচ্ছন্ন।
@ চহৰ খনৰ বিভিন্ন স্হানত বিদ্যুত সংযোগ বিচ্ছিন্ন।
@ ধুমুহাত চহৰখনৰ বিভিন্ন পথত গছ ভাগি পৰাত যাতায়াত ব্যাহত হৈ পৰে।
@ ধুমুহাৰ ফলত ডিমৰুগুৰিত গছ বাগৰি পৰাত পুৰনি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটো বন্ধ হৈ পৰে।
@ কপিলী নাৰ্চিংহোমৰ ওচৰত ৰখাই থোৱা গাড়ীত গছ বাগৰি পৰাত বিস্তৰ ক্ষতি সাধন হয়।
@ দিফলুত ঘৰৰ টিন পাত ধুমুহাই উৰুৱাই নিয়ে।
@ বিভিন্ন লোকৰ বাসগৃহৰ মুধচ উৰুৱাই নিয়াত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে।

প্ৰেৰক কনক হাজৰিকা

You might also like