নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন IGP হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ প্ৰাক্তন IGP হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান। আজি পুৱা ৪ বজাত মহানগৰীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ভট্টাচাৰ্যই।

উল্লেখ্য যে মৃত্যুৰ সময়ত প্ৰাক্তন IGP হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বয়স আছিল ৮৬ বছৰ। মৃত্যুৰ সময়ত ভট্টাচাৰ্যই পত্নী, দুটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানক এৰি থৈ যায়।

You might also like