নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত কুলাংগাৰ পুত্ৰৰ জঘন্য কাণ্ড

বিশেষ বাৰ্তা, ৭ আগষ্ট : গুৱাহাটী মহানগৰীত এক কুলাংগাৰ পুত্ৰৰ জঘন্য কাণ্ড পোহৰলৈ আহিছে। নিজ জন্মদাত্ৰী মাতৃক খুঁটাত বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে দানৱ পুত্ৰই। সমৰজ্যোতি ভৰালী নামৰ লোকজনে নিজ মাতৃক লাঠীৰে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। ভৰালীয়ে নিজ মাতৃক প্ৰহাৰ কৰাৰ উপৰি গাত গৰম পানীও ঢালি দিয়ে। তদুপৰি বৃদ্ধ মাতৃক চোতালত ৰছীৰে বান্ধি থয় কুলাংগাৰ সমৰজ্যোতিয়ে। এই ঘটনা সংঘটিত হৈছে জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে।

You might also like