নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ১২ মেঃ পুৱাই এক দুখবৰ। বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ দেহাৱসান। বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৮৯ বছৰ বয়সত GNRCত পুৱা ৬.৫৮ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে । বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোক প্ৰকাশ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ।

You might also like