নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: কর্মত উন্নতি৷ ব্যৱসায়ত মধ্যম৷ ব্যয় বৃদ্ধি৷ পূব দিশত ভ্রমণ নকৰিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷
বৃষ: কর্মসংস্থাপন যোগ৷ পাৰিলে শনি মন্দিৰ দর্শন কৰিব শুভ হ’ব৷ আঁকোৰগোজ মনোভাবৰ পৰা ক্ষতি৷ বিদ্যাত উন্নতি৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৫৷
মিথুন: জ্ঞানী বা সৎ লোকৰ সান্নিধ্য লাভ কৰিব৷ বিদ্যাত মধ্যম৷ ভ্রমণত সাৱধান৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ২৷
কর্কট: কার্যসিদ্ধিত আনৰ প্রভাৱ পৰিব৷ মূল্যৱান সম্পদ লাভ৷ ব্যয় বৃদ্ধি৷ পূব দিশ ভ্রমণ কৰিব৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৮৷
সিংহ: সন্মান বৃদ্ধি৷ বন্ধুবর্গৰ পৰা উৎসাহিত হ’ব৷ শুভ কাম সম্পন্ন কৰিব পাৰিব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
কন্যা: ব্যৱসায়ত উন্নতি৷ জমাধন খৰচ হ’ব পাৰে৷ ভ্রমণত শুভ৷ শৰীৰৰ যত্ন লওক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷
তুলা: মূল্যৱান সম্পদ লাভ৷ ব্যয় বৃদ্ধি৷ আনৰ প্রতি উদাৰ নহ’ব৷ কার্যক্ষেত্রত মধ্যম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷
বৃশ্চিক: মানসিক শান্তি৷ সন্মান বৃদ্ধি৷ গোপন শত্রু বৃদ্ধি৷ কর্মক্ষেত্রত উন্নতি৷ খৰচ বৃদ্ধি৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৮৷
ধনু: ভ্রমণত কষ্ট৷ কর্মসংস্থাপনৰ যোগ৷ অর্থ নাশ৷ প্রেমত কষ্ট৷ শাৰীৰিক সংঘাতৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং চকলেট৷ শুভ সংখ্যা ২৷
মকৰ: সামাজিক নিষ্ঠা আৰু দৃঢ়তা বৃদ্ধি৷ ধৈর্যৰ প্রয়োজন৷ কর্মস্থানত উন্নতি৷ সন্তানক লৈ চিন্তা বৃদ্ধি৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷
কুম্ভ: কর্মযোগ্যতা বৃদ্ধি৷ ভ্রমণৰ যোগ৷ আয়তকৈ ব্যয় বৃদ্ধি৷ অর্থ নাশ৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৩৷
মীন: পৰিশ্রমৰ মর্যাদা পাব৷ ভ্রমণত চিন্তা বৃদ্ধি৷ দুষ্ট লোকৰ পৰা সাৱধান হওক৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৬৷

You might also like