কিদৰে মৃত্যু হৈছিল জুবিন গাৰ্গৰ? মৰণোত্তৰ পৰীক্ষাত চাঞ্চল্যকৰ তথ্য!
কিদৰে মৃত্যু হৈছিল জুবিন গাৰ্গৰ? হাৰ্টথ্ৰবৰ মৃত্যুৰ কাৰণ জানিবলৈ উদগ্ৰীৱ হৈ পৰিছে অসমবাসী।
মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য।
ছিজাৰ অহাৰ কোনো তথ্য নাই জুবিনৰ!
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশিত তথ্যানুসৰি, পানীত পৰিহে মৃত্যু হৈছে জুবিন গাৰ্গৰ।
আজি পুৱা সম্পন্ন কৰা হয় জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।