ডিজিটেল ডেস্ক, ১৫ নৱেম্বৰ : বিহাৰ নির্বাচনত প্রচাৰ চলাই বিজেপিৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রচাৰ চলোৱা ৭টা সমষ্টিৰ ৬টাতেই বিজেপিয়ে চমকপ্রদ জয়লাভ কৰিবলৈ সক্ষম হৈছে৷
উল্লেখ্য যে বিহাৰ নির্বাচনৰ ৭টা সমষ্টিৰ ভিতৰত মধুবনি, বাড়াৰী, কাছবা, ৰামনগৰ, চানপাটিয়া, বাছপাট্টি সমষ্টিত বিজেপিৰ প্রার্থীয়ে জয়লাভ কৰিছে৷ এই ৬টা সমষ্টিত মুখ্যমন্ত্রী ড০ শর্মাই প্রচাৰ চলাইছিল৷