নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ খানাপাৰাত নিযুক্তিপত্ৰ বিতৰণৰ মেগা অনুষ্ঠান

বিশেষ বাৰ্তা, ২৪ মেঃ এক লাখ নিযুক্তিৰ প্ৰদানৰ ক্ষেত্ৰত আৰু এটা ঢাপ আগুৱাবৈল মাজত মাত্ৰ এটা দিন বাকী। কাইলৈ ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত ব্যয়বহুল অনুষ্ঠানৰ মেগা নিযুক্তি প্ৰদান কৰা হব। নিযুক্তি প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই অনুষ্ঠানত প্ৰায় ৪৫,০০০ চাকৰিপ্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হব।

You might also like