নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলোৰে মৰমৰ ‘কলিজা আইতা’ আৰু নাই…

নিয়মীয়া বাৰ্তা, ২ফেব্ৰুৱাৰীঃ সকলোৰে মৰমৰ ‘কলিজা আইতা’ আৰু নাই। আজি জি এম চি এইচৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কলিজা আইতাৰ মৃত্যু ঘটে।

উল্লেখ্য যে কিছুদিন পূৰ্বে অসুস্থ হৈ পৰিছিল সকলোৰে পৰিচিত কলিজা আইতা ৷ যাৰবাবে গুৱাহাটীৰ প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ কলিজা আইতাক শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছিল৷ কিন্তু আজি পুৱাই আহিল দুঃখবৰটো। সকলোকে কন্দুৱাই ইহ সংসাৰ ত্যাগ কৰে আইতাই।

ইপিনে আইতাৰ মৃত্যুৰ খবৰে এতিয়া সকলোকে চকু সেমেকাই তুলিছে ৷

You might also like